About Parents Medicos & Diagnostic Centre
Parents Medicos And Diagnostic Centre-লৈ আপোনাক স্বাগতম। আমি আপোনাৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে উন্নত মানৰ প্যাথলজিকেল আৰু ডায়াগনষ্টিক সেৱা আগবঢ়াই আহিছো। আমাৰ ইয়াত অভিজ্ঞ চিকিৎসক আৰু দক্ষ টেকনিচিয়ানৰ তত্বাৱধানত অতি সঠিক আৰু নিৰ্ভৰযোগ্য ৰিপৰ্ট প্ৰদান কৰা হয়। আমাৰ সেৱাসমূহৰ ভিতৰত আছে: ডিজিটেল এক্স-ৰে (Digital X-Ray) আল্ট্ৰাচন’গ্ৰাফী (USG) ইচিজি (ECG) সকলো ধৰণৰ তেজ পৰীক্ষা (Blood Tests) আমি ৰোগীৰ আস্থা আৰু সঠিক স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সদায় দায়বদ্ধ। জৰুৰীকালীন সেৱা বা এপইণ্টমেণ্টৰ বাবে আজি আমাৰ সৈতে যোগাযোগ কৰক।
Know when to reach us.
We’d love to hear from you. Here’s when you can reach us. Planning ahead? Contact us to find a convenient time.
Contact details and directionsBusiness hours
Parents Medicos & Diagnostic Centre
- Monday
- 9am-8pm
- Tuesday
- 9am-8pm
- Wednesday
- 9am-8pm
- Thursday
- 9am-8pm
- Friday
- 9am-8pm
- Saturday
- 9am-8pm
- Sunday
- 9am-8pm
You can anytime during the day with your query.
Google reviews
Trustable diagnostic center Very good service
Best quality report and very good staff behaviour ♥️
Very good stuff and facility 👍
